Wednesday, May 31, 2023
HomeAssameseবকোৰ বিভিন্ন অঞ্চলত বিহু উদযাপন

বকোৰ বিভিন্ন অঞ্চলত বিহু উদযাপন

অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতকৈ চেনেহৰ মাকু তাতকৈ চেনেহৰ বহাগৰ বিহুতি না পাতি নেনাচি কেনেকৈ থাকো। বকোৰ জামবাৰী পোহৰা আৰক্ষী চকিৰ ভাৰপ্ৰাপ্ত বিষয়া জাহানুদ্দীন শ্বেখৰ নেতৃত্বত আৰক্ষী চকীখনত ৰঙালী বিহু উদযাপন।
উক্ত অনুষ্ঠানত উপস্থিত হোৱা ৰাইজক ৰঙালী বিহু উপলক্ষে প্ৰিতি ভোজেৰে আপ্যয়ন ।
আনফালে শুকুৰবাৰে ভালাডুবী যুৱক সংঘৰ সৌজন্যত ১৯ তম বাৰ্ষিক মুকলি বিহু উদযাপন কৰা হয় । ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলন কৰে বাঘেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবিন ৰাভাই। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় শিশু শিল্পী সকলে নৃত্য, গীত মাত, বিহু হুচৰি পৰিবেশন কৰে।

মহিদুল ইছলাম, বকো, Ne india news

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments