দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বামুনীগাও বগাই মৌজা পৰিসদৰ, লাকাডুবি ৰাইজ, ৰানীভিঠা, নোৱাপাৰা, ভূৰ্কিবাড়ী ৰাইজ গয়ৰহ, লগ হৈ ৭২ সংখক দধিমন্থন অনুষ্ঠান অনুষ্ঠিত কৰে শ্ৰীশ্ৰী বংশী গোপাল গোসাইঘৰত। উল্লেখ যে প্ৰতি বছৰে বহাগ মাহৰ ৬ তাৰিখ ৭বিহুৰ দিনা পৰাম্পৰগত ভাবে পালন কৰি আহিছে।
এই দধিমন্থনত মহাপুৰুষ মাধৱদেৱ ৰচিত ভগৱান শ্ৰীকৃষ্ণৰ লিলা নাটেৰে আৰম্ভ কৰ হয়।
নিশা যাত্ৰা অভিনয়েৰে সামৰনি মাৰে অনুষ্ঠান।
মহিদুল ইছলাম,বকো, Ne India news