অসমীয়া ভাষাত এষাৰ কথা
গৰুৱে বোলে গছত উঠে
এইবাৰ গৰুৱে গছত উঠা নাই এই বাৰ গৰুৱে চলাইছে স্কুটি
এই দৃশ্য কোনো বহি ৰাজ্যৰ নহয়।
এই বিৰল আমাৰ অসমৰে
এই আমোদজনক দৃশ্য দেখা পোৱা গ’লে কামৰূপ জিলাৰ অন্তৰ্গত নগৰবেৰা বজাৰৰ মাজমজিয়াত।
হয়তো আপুনি বিশ্বাস কৰিব পৰা নাই।
কিন্তু আমাৰ এই প্ৰতিবেদন দেখিলে আপোনাৰ বিশ্বাস হ’ব।
কথা ক’ব নোৱাৰা জন্তু গৰুৱে কেনেকৈ চলালে স্কুটি? নগৰবেৰাৰ বজাৰত থকা ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠানৰ চি,চি, টিভিৰ কেমেৰাত বন্দী হ’ল এই বিৰল দৃশ্য।
মহিদুল ইছলাম, বকো ,Ne India News