বকোৰ জামবাৰীত জামবাৰী গোপীনাথ পুথিভৰালৰ উদ্যোগত দুদিনিয়া কাৰ্য্যসূচীৰে ৩৭ তম বহাগী উৎসৱ। উল্লেখ যে ২৩ বহাগ শনিবাৰে ৰাতিপুৱা ৰ পৰা ভিন্ন খেল ধেমালিৰ, আবৃতি, কুইজ, ভেক্সন আদিৰে অনুস্থান সামৰনি মাৰে। ২৪ বহাগ ৰাতিপুৱা ৭ বজাত পতাকা উত্তোলন কৰে বহাগী উৎসৱৰ সভাপতি শ্ৰীযুত প্ৰবিন দাসে । ৭.৩০ বজাত শ্বহীদ তৰ্পন কৰে স্থানীয় জেষ্ঠ ব্যাক্তি অমিয় কুমাৰ দাসে। ৮বজাত বৃক্ষ ৰোপন, ৯ বজাত স্থানীয় মঞ্চ উদ্ধোধন, ১০ বজাত বন্তি প্ৰজ্বলন, আৰু ৰাতিপুৱা ১১ বজাত সংকৃতিক মঞ্চ উদ্ধোধন কৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দীন আহমেদে।
উল্লেখ যে স্থানীয় শিল্পী ভিন্ন গীত মাত, নৃত্য নিশা নিমন্ত্রণিত কণ্ঠ শিল্পী,বিহু হুচৰিে অনুষ্ঠান সামৰনি মাৰে।
মহিদুল ইছলাম ,বকো ,Ne India News