Friday, May 26, 2023
HomeAssameseবকোৰ ছাটাবাৰী হাই স্কুল প্ৰাংগনত শ্রমিক দিৱস পালন

বকোৰ ছাটাবাৰী হাই স্কুল প্ৰাংগনত শ্রমিক দিৱস পালন

আজি ১মে শ্ৰমিক দিৱস । বকোৰ ছাটাবাৰীত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ ৰোধী সন্থাৰ দ্বাৰা শ্রমিক দিৱস পালন। ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰে আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ ৰোধী সন্থাৰ কামৰূপ জিলা শাখাৰ সভাপতি শ্ৰীযুত প্ৰবিন চন্দ্র দাসে। ১০বজাত বৃক্ষ ৰোপন কৰে আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ ৰোধী সন্থাৰ ছয়গাঁও ব্লক মহিলা শাখাৰ সভানেত্রী হাফিজা বেগম আৰু পংকজ তামুলী। ১১বজাত মুকলি সভাৰ উদ্ধোধক অন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ ৰোধী সন্থাৰ সচিব, কামৰূপ জিলা শাখাৰ শ্ৰীযুত নলিনী কলিতা। সভাৰ মুখ্য অতিথি অন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ ৰোধী সন্থাৰ ৰাজ্যিক সাধাৰণ সচিব, অসম, শ্ৰীযুত সঞ্জীৱ ঠাকুৰিয়া। লগতে জিলা শাখাৰ বিষয় ববীয়া।
উক্ত সভাত শ্ৰমিক সকলোৰ সমস্যাৰ বুজ লয় প্ৰত্যেকে নিজৰ নিজৰ সমস্যা আজিৰ সভাত ডাঙি ধৰে। আগন্তুক দিনত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ ৰোধী সন্থা সকলো সময়তে সাধাৰণ শ্রমিক সকলোৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিয়ে।

মহিদুল ইছলাম ,বকো ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments