Sunday, March 26, 2023
HomeAssameseবকোৰ খলিহাৰ মাজপাৰাত মৃতদেহ উদ্ধাৰ

বকোৰ খলিহাৰ মাজপাৰাত মৃতদেহ উদ্ধাৰ

বকোৰ খলিহাৰ মাজপাৰাত মৃতদেহ উদ্ধাৰ

বকোৰ খলিহাৰ মাজপাৰাত মৃতদেহ উদ্ধাৰ ৷পানীত পৰি মৃত্যু হয় লোকজন ৷ মৃত লোকজন নিজ বেকেলী গাঁওৰ পদ্মকান্ত ভৰালী বুলি জানিব পৰা গৈছে (70) ৷ যোৱা কালিৰ পৰা সন্ধানহীন হৈ আছিল পদ্মকান্ত ভৰালী ৷ আজি ৰে’ল আলীৰ সমীপৰ খালত পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে ৷ ঘটনা স্থলিত বকো আৰক্ষী উপষ্ঠিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ আনে ৷। ‌

মহিদুল ইছলাম, বকো ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments