বকো আৰু সোণতলী আৰক্ষীৰ যুটিয়া অভিযানত আটক হৈছে এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী
ড্ৰাগছ ব্যৱসায়ী জনৰ নাম ৰাব্বুল আলম ৷
ধৃত ৰাব্বুলৰ ঘৰ কালাতলীৰ নিজকাঠমিত ৷
ৰাব্বুলৰ পৰা ৮টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰিছে আৰক্ষীয়ে
কালাতলী বজাৰত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত ধৰা পৰে ৰাব্বুল
ধৃত ৰাব্বুল সম্প্ৰতি সোণতলী আৰক্ষীৰ জিম্মাত।
মহিদুল ইছলাম, বকো ,Ne India News