ৰবিবাৰে বকোত নতুনকৈ কৈ ধানিশা ৰয়েল ইনফ্লিড বাইকৰ শ্বো ৰূম মুকলি কৰে।
শ্ব ৰুমটো মুকলি কৰে ৰাঃহাঃশ্বাঃশাঃপৰিষদৰ কাৰ্যবাহী সদস্য সুমিত চন্দ্ৰ ৰাভাই আৰু বন্তি প্ৰজ্বলন কৰে অধিবক্তা কিশোৰ জৈনে ।
উপস্থিত থাকে বকো আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ দল, বিশিষ্ট ব্যৱসায়ি মুকুট মেধি, বিশিষ্ট ব্যৱসায়ী বিজয় অধিকাৰী লগতে বিশিষ্ট ব্যক্তি।
এই শ্ব’ ৰুমটোৰ স্বতাধিকাৰী মন্টু মেধিয়ে জানিব দিয়া মতে অতি কম ডাউন পেটেন্ট ৰ জৰিয়তে ৰয়েল ইনফ্লিড বাইকখন লাভ কৰিব পাৰিব আৰু বিভিন্ন ধৰণৰ সা সুবিধা লাভ কৰিব পাৰিব।
মহিদুল ইছলাম ,বকো ,Ne India News