Saturday, April 1, 2023
HomeAssameseফ্লোৰ টেষ্টত বিজয়ী একনাথ সিন্ধে

ফ্লোৰ টেষ্টত বিজয়ী একনাথ সিন্ধে

ফ্লোৰ টেষ্টত বিজয়ী একনাথ সিন্ধে

মহাৰাষ্ট্ৰ বিধানসভাৰ দুদিনীয়া বিশেষ অধিবেশনৰ আজিৰ অন্তিম দিনটোত অনুষ্ঠিত হয় ফ্লোৰ টেষ্ট । বিধানসভাৰ সদস্য সকলৰ Head Count কৰি অনুষ্ঠিত হয় ফ্লোৰ টেষ্ট । একনাথ সিন্ধে চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে অনুষ্ঠিত ফ্লোৰ টেষ্টত অনাসায়ে ১৬৪ টা ভোট লাভ কৰি চৰকাৰৰ সংখ্যাগৰিষ্টতা প্ৰমাণ কৰিলে মুখ্যমন্ত্ৰী একনাথ সিন্ধেই । একনাথ সিন্ধে চৰকাৰৰ বিপক্ষে পৰে ৯৯ টা ভোট ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments