ফেলুদা’ই জনাব ক’ৰনাত আক্ৰান্ত হয় নে নহয়?কি এই ফেলুদা’ !

0
164

ফেলুদা’ই জনাব ক’ৰনাত আক্ৰান্ত হয় নে নহয়?কি এই ফেলুদা’ !

ফেলুদা’ হৈছে ভাৰতত দেশীয় ভাবে উদ্ভাৱন কৰা কোভিড পৰীক্ষাৰ পদ্ধতি।ভাৰতৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেলে ‘ফেলুদা’ক কোভিড পৰীক্ষাৰ অনুমতি দিয়াৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত ‘ফেলুদা’ই আৰম্ভ কৰিব কোভিডৰ পৰীক্ষা।
এই পৰীক্ষা নিঁখুত হোৱাৰ লগতে খৰচো পৰিব কম।
এই পৰীক্ষাতোবেই হল বিশ্বৰ এনে প্ৰথম পৰীক্ষা য’ত ক’ৰনা ভাইৰাছৰ জেনেটিক গঠনৰ কথাও জানিব পৰা যাব।
এই পদ্ধতিয়ে দেশত প্ৰচলিত RT-PCR পৰীক্ষাতকৈ সোনকালে পৰীক্ষাৰ ফলাফল দিব পাৰিব আৰু এই ফলাফল RT-PCR পৰীক্ষাতকৈও অধিক নিঁখুত হ’ব।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here