Tuesday, March 21, 2023
HomeAssameseফিল'বাৰী চিনিয়ৰ চেকেণ্ডেৰী গুৰুকুল বিদ্যালয়ত ভাৰতীয় সেনাৰ দ্বাৰা নিয়োগ সম্পৰ্কীয় কৰ্মশালা

ফিল’বাৰী চিনিয়ৰ চেকেণ্ডেৰী গুৰুকুল বিদ্যালয়ত ভাৰতীয় সেনাৰ দ্বাৰা নিয়োগ সম্পৰ্কীয় কৰ্মশালা

ভাৰতীয় সেনাবাহিনীত নিয়োগৰ জড়িয়তে তৰুণ প্ৰজ্বন্মই দেশ মাতৃক কিদৰে সেৱা আগবঢ়াই নিজৰ লগতে দেশৰ সুৰক্ষাৰ বাবে কাম কৰিব পাৰে সেই সম্পৰ্কে ফিল’বাৰী চিনিয়ৰ চেকেণ্ডেৰী গুৰুকুল বিদ্যালয়ত ভাৰতীয় সেনাৰ দ্বাৰা এক বিশেষ কৰ্মশালাৰ আয়োজন কৰা হয় । ভাৰতীয় সেনাৰ ফিল’বাৰীস্থিত 14 Assam Regiment ৰ দ্বাৰা আয়োজন কৰা নিয়োগ সম্পৰ্কীয় কৰ্মশালাত অঞ্চলটোৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

সেনাই আয়োজন কৰা এই কেৰিয়াৰ কাউঞ্চিলিং খনে সেনাবাহিনীত নিয়োগৰ ক্ষেত্ৰত অঞ্চলটোৰ যুৱ প্ৰজন্মক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments