Sunday, November 27, 2022
HomeAssameseফিল'বাৰী গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চোৰৰ চাফাই অভিযান, চুৰে লুটিলে বহু মুল্যবান...

ফিল’বাৰী গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চোৰৰ চাফাই অভিযান, চুৰে লুটিলে বহু মুল্যবান সামগ্ৰী

ফিল’বাৰী গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চোৰৰ চাফাই অভিযান, চুৰে লুটিলে বহু মুল্যবান সামগ্ৰী

বৃহত্তৰ ফিল’বাৰী অঞ্চলৰ উচ্চতৰ মাধ্যমিকৰ তিনিটা শাখা থকা একমাত্ৰ বিদ্যালয়, গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী ফিল’বাৰী স্কুলত চোৰে চলালে চাফাই অভিযান।

চোৰে বিদ্যালয়ৰ পাছফালৰপৰা উঠি বিদ্যালয়ৰ কাৰ্যালয়ৰ চিলিং ভাঙি প্ৰৱেশ কৰে ভিতৰত। চোৰৰ দলটোৱে বিদ্যালয়ৰ পৰা কম্পিউটাৰ দুটা,লেপটপ এটা,মনিটৰ এটা,চি চি টি ভি কেমেৰা চাৰিটা লৈ উধাও হয়।

ফিল'বাৰী গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চোৰৰ চাফাই অভিযান, চুৰে লুটিলে বহু মুল্যবান সামগ্ৰী

বিদ্যালয়খনত বিভিন্ন সময়ত দুষ্ট চক্ৰই প্ৰৱেশ দুৱাৰত থকা বেনাৰ ফালি দিয়াৰ লগতে,বিদ্যালয়ৰ চি চি টি ভি আগতেও এবাৰ চোৰে লৈ যোৱা বুলি জানিব পৰা গৈছে ।

চুৰি হোৱা সামগ্ৰীৰ মূল্য প্ৰায় ৫ লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments