প্ৰসংগ – NRC । সজাগতা সৃষ্টিৰ প্ৰয়াস ৰঙিয়া বিজেপি ৰ

0
751

 

প্ৰসংগ – NRC । সজাগতা সৃষ্টিৰ প্ৰয়াস ৰঙিয়া বিজেপি ৰ
ৰঙিয়া বিজেপিৰ জিলা কমিটিৰ উপ সভাপতি খনীন্দ্ৰ কলিতাই , এন আৰ চি দ্বিতিয় খচৰা প্ৰকাশৰ সময়ত শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ সকলোলৈ আহব্বান জনাইছে । ৰঙিয়াৰ জনতা যথেষ্ট সজাগ বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য আগবঢ়ালে কলিতা ই । জিলা প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থাক লৈ সুখী বুলিও মত প্ৰকাশ কৰিলে বিজেপি জিলা উপসভাপতি খনীন্দ্ৰ কলিতাই …..

https://youtu.be/ypGNVU8cMyI?t=4

(বন্দনা শৰ্মা , ৰঙিয়া Ne india )

LEAVE A REPLY

Please enter your comment!
Please enter your name here