Friday, March 24, 2023
HomeAssameseপ্ৰবল বৰষুণৰ ফলত সৃষ্টি হৈছে বাঢ়নীপানীৰ ! লাইকা দধীয়া, বালিজান গাওঁ, কলিয়াপানী...

প্ৰবল বৰষুণৰ ফলত সৃষ্টি হৈছে বাঢ়নীপানীৰ ! লাইকা দধীয়া, বালিজান গাওঁ, কলিয়াপানী বানপানীৰ কবলত

বিগত কিছুদিন ধৰি হোৱা প্ৰবল বৰষুণৰ ফলত সৃষ্টি হৈছে বাঢ়নীপানীৰ ৷ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি প্ৰৱল বৰষুণ হোৱাৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নদ-নদী সমূহৰ লগতে গুইজানৰ ডিব্ৰু নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে লাইকা দধীয়া, নতুন গাওঁ, বালিজান গাওঁ, কলিয়াপানী বানপানীৰ কবলত।

ডিব্ৰু নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছত এতিয়া গুইজানৰ কাষৰীয়া কেইবাটাও অঞ্চলৰ আৱাসগৃহৰ লগতে খেতি পথাৰ পানীত বুৰ গৈ থকাৰ ফলত এতিয়া সমস্যাত পৰিছে নদীকাষৰীয়া ৰাইজ ৷

স্থানীয় ৰাইজৰ অভিযোগ যে কোনো চৰকাৰী বিষয়াই খৱৰ লবলৈ উপস্থিত হোৱা নাই আৰু ঘৰচীয়া জীৱজন্তুৰ কাৰণে এটা হাইলেণ্ডৰ প্ৰয়োজন যথেষ্ট ৷

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments