প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ  জৰুৰী বাৰ্তা প্ৰেৰণ কৰে

0
399

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ  জৰুৰী বাৰ্তা প্ৰেৰণ কৰে

শুকুৰবাৰে  ৰাতিপুৱা ৯ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে।
 প্ৰধান মন্ত্ৰীয়ে ভাৰতবৰ্ষৰ সকলো নাগৰিকক তথা পৰিয়ালক ৫ এপ্ৰিল ৰবিবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি ঘৰৰ চৌহদত অথবা বেলকনিত মমবাতি, চাকি, টৰ্চ লাইট অথবা মোবাইলৰ ফ্লাচ জ্বলাবলৈ আহ্বান জনায়।ক’ৰনাক প্ৰতিহত কৰিবলৈ পোহৰৰ এই শক্তিৰ অতিকৈ প্ৰয়োজন বুলি কলে প্ৰধানমন্ত্ৰী গৰাকী।
কোনো লোক বাহিৰলৈ ওলাই নাহি ঘৰতে সামাজিক দূৰত্ব বজাই ৰাখি এই কাম কৰিবলৈ আহ্বান জনায় মোডীয়ে
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here