প্ৰধানমন্ত্ৰী Narendra Modiৰ জন্মদিন উপলক্ষে তিনিচুকীয়া জিলা বিজেপি যুৱ মৰ্চাৰ ৰক্তদান শিবিৰ

28
প্ৰধানমন্ত্ৰী Narendra Modiৰ জন্মদিন উপলক্ষে তিনিচুকীয়া জিলা বিজেপি যুৱ মৰ্চাৰ ৰক্তদান শিবিৰ

প্ৰধানমন্ত্ৰী Narendra Modiৰ জন্মদিন উপলক্ষে তিনিচুকীয়া জিলা বিজেপি যুৱ মৰ্চাৰ ৰক্তদান শিবিৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ তম জন্মদিনৰ উপলক্ষে ১৮ ছেপ্টেম্বৰ তাৰিখে বিজেপিৰ ভাৰতীয় জনতা পাট্টিৰ জনতা যুৱ মৰ্চা তিনিচুকীয়া জিলা সমিতিয়ে এক ৰক্তদান শিবিৰ কাৰ্যসূচী অনুষ্ঠিত কৰে ।

ৰক্তদান শিবিৰ টি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হয় ।তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিচানে সংবাদ মাধ্যমক জনোৱা মতে এই দিনজোৰা শিবিৰত বহু যুৱ মৰ্চাৰ কৰ্মীয়ে আজি ৰক্তদান কৰিছে।

বৰ্তমান পৰিস্থিতিত মূল্যৱান জীৱন ৰক্ষা কৰিবলৈ ৰক্তদান কৰাটো এক বৃহৎ সমাজ সেৱা ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here