Sunday, May 28, 2023
HomeAssameseপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী সংগ্ৰাহলয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী সংগ্ৰাহলয়

দিল্লীৰ তিনমুৰ্তি ভৱনত প্ৰধানমন্ত্ৰী সংগ্ৰাহলয় উদ্বোধন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰী সংগ্ৰাহলয়ৰ প্ৰথমটো টিকট ক্ৰয় কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । স্বাধীনতা লাভৰ পিচত দিল্লীত অধিষ্ঠিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী সকলৰ নামত সমৰ্পিত কৰা হৈছে এই সংগ্ৰাহলয় । পুৰ্বে এই সংগ্ৰাহলয় নেহেৰু সংগ্ৰাহলয় নামেৰে পৰিচিত আছিল । এতিয়াৰে পৰা এই সংগ্ৰাহলয়ৰ নাম হব প্ৰধানমন্ত্ৰী সংগ্ৰাহলয় । এই সংগ্ৰাহলয়ত স্বাধীনতাৰ পিচৰ প্ৰধানমন্ত্ৰী সকলৰ অৱদানৰ বিযয়ে জনোৱা হব । ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অৰিহণা যোগোৱা প্ৰধানমন্ত্ৰী সকলক এই সংগ্ৰাহলয়ৰ জৰিয়তে শ্ৰদ্ধাঞ্জলী জনোৱা হৈছে । যুৱ প্ৰজন্মক প্ৰধানমন্ত্ৰী সকলৰ নেতৃত্ব , দুৰদৰ্শীতা আৰু অনুভৱৰ জৰিয়তে প্ৰেৰণা যগোৱাই মুল উদ্দেশ্য এই সংগ্ৰাহলয়ৰ ।
এই সংগ্ৰাহলয় ১৫৬০০ বৰ্গ মিটাৰ ক্ষেত্ৰফলত নিৰ্মাণ কৰা হৈছে ।

National Desk , Ne india news

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments