Monday, March 27, 2023
HomeAssameseপ্ৰতিদিন টাইমৰ জেষ্ঠ সাংবাদিকৰ ঘৰত আক্ৰমণ

প্ৰতিদিন টাইমৰ জেষ্ঠ সাংবাদিকৰ ঘৰত আক্ৰমণ

প্ৰতিদিন টাইমৰ জেষ্ঠ সাংবাদিকৰ ঘৰত আক্ৰমণ

শুকুৰবাৰে দুলিয়াজান স্থিত প্ৰনৱজিত বড়া প্ৰতিদিন টাইমৰ জেষ্ঠ সাংবাদিকৰ বাসগৃহত নিশা
দুৰ্বৃত্তই আক্ৰমণ কৰে।
নিশা প্ৰায় ২ বজাত বিয়েৰ বটল দলিয়াই গাড়ী গ্লাচ ভাঙি দিয়ে।
ঘটনাৰ খবৰ পাই অইলৰ নিৰাপত্তা বাহিনী আৰু দুলীয়াজান আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে |

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments