প্ৰতিদিন টাইমৰ জেষ্ঠ সাংবাদিকৰ ঘৰত আক্ৰমণ

13

প্ৰতিদিন টাইমৰ জেষ্ঠ সাংবাদিকৰ ঘৰত আক্ৰমণ

শুকুৰবাৰে দুলিয়াজান স্থিত প্ৰনৱজিত বড়া প্ৰতিদিন টাইমৰ জেষ্ঠ সাংবাদিকৰ বাসগৃহত নিশা
দুৰ্বৃত্তই আক্ৰমণ কৰে।
নিশা প্ৰায় ২ বজাত বিয়েৰ বটল দলিয়াই গাড়ী গ্লাচ ভাঙি দিয়ে।
ঘটনাৰ খবৰ পাই অইলৰ নিৰাপত্তা বাহিনী আৰু দুলীয়াজান আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে |

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here