প্ৰচণ্ড শীতে দহিব অসমক!

0
120

প্ৰচণ্ড শীতে দহিব অসমক!

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী দিছে ৰাজ্যত আৰম্ভ হ’ব হাড় কঁপোৱা শীত।বিগত কেইদিনমানত গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহৰ লগতে অসমৰ বিভিন্ন জিলাত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে।তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত হাড় কঁপোৱা শীত পৰিব বুলি আশংকা কৰিছে।বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে,শীতৰ মাজতে ৰাজ্যত আগন্তুক সপ্তাহত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।যদি বৃষ্টিপাত হয়, নৱেম্বৰ মাহৰ শেষৰ সপ্তাহ আৰু ডিচেম্বৰত ৰাজ্যত প্ৰচণ্ড শীত পৰাৰ সম্ভাৱনা আছে।
News Desk, Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here