পেট্ৰ’ল-ডিজেলৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰাত উঠি প্ৰতিবাদ আৰ.পি. শৰ্মাৰ

41

অত্যাবশ্যকীয় সামগ্রীৰ বৰ্ধিত হাৰত হোৱা মূল্যবৃদ্ধিৰ ফলত সমগ্র দেশৰ লগতে অসমতো ভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। শুকুৰবাৰে গুৱাহাটীৰ ৰাজপথত প্ৰাক্তন বিজেপি সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা ৰামপ্ৰসাদ শৰ্মাক দেখিবলৈ পোৱা গ’ল এক ব্যতিক্রমী ৰূপত। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে ঘোঁৰাৰ পিঠিত উঠি প্ৰতিবাদ সাব্যস্ত কৰে৷ গাড়ীৰ তেল ৰেহাই কৰিবৰ বাবে ৰাইজক ঘোঁৰা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় কংগ্ৰেছৰ নেতা আৰ.পি. শৰ্মাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here