পুৱাই ভূ‌মিকম্পই জোকাৰি গ’ল অৰুণাচলৰ টাৱাঙত

0
149

পুৱাই ভূ‌মিকম্পই জোকাৰি গ’ল অৰুণাচলৰ টাৱাঙত

শনিবাৰে পুৱাই ভূ‌মিকম্পই জোকাৰি গ’ল অৰুণাচলৰ টাৱাঙ পুৱা ৭.৩০ বজাত সংঘটিত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৩.৪।আনহাতে ‌নিকোবৰ দ্বীপটো পুৱা ৬.৩৮ বজাত অনুভূত হয় ভূ‌মিকম্পৰ জোকাৰণি
বিগত কিছুদিন ধৰি উত্তৰ-পূৰ্বাঞ্চলত সঘনে ভূমিকম্প হোৱা দেখিবলৈ পোৱা গৈছে ইয়াকে লৈ চিন্তিত হৈ পৰিছে বহুজন।
উত্তৰ-পূৰ্বাঞ্চলত সঘনে ভূমিকম্প সন্দৰ্ভত কেন্দ্ৰ চৰকাৰেও চিন্তা ব্যক্ত কৰিছে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here