পুনৰ স্থগিত হব নেকি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা ?
পুনৰ অনিৰ্দিষ্টকাললৈ স্থগিত হল ৩ জুলাইত হব লগীয়া অসমৰ স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা । ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

৩ জুলাইত অনুষ্ঠিত নহয় স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা। ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে। এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই নতুন দিন।
News desk report, Ne India News