পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য।

41

বুধবাৰৰ দিনটোত গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি ৮৯ পইচাকৈ আৰু ডিজেলত বৃদ্ধি পালে ৮৪ পইচা।

গুৱাহাটীত পেট্ৰ’লৰ দাম প্ৰতিলিটাৰ ১০৫.৬৬ টকা হয়গৈ।

বিগত প্ৰায় ২ সপ্তাহত পেট্ৰ’লৰ দাম ১১.০৯ টকা আৰু ১০.১১ পইচা বৃদ্ধি ডিজেলত।

মূল্যবৃদ্ধিয়ে এতিয়া কোঙা কৰিছে জনতাক।

বিগত ১৬ দিনত ১৪ বাৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য।

LEAVE A REPLY

Please enter your comment!
Please enter your name here