পুনৰ ইতিহাস ৰচিলে কৰিলে অলিম্পিকৰ গ’ল্ডেন বয় নীৰজ চোপ্ৰাই

10

পুনৰ ইতিহাস ৰচিলে কৰিলে অলিম্পিকৰ গ’ল্ডেন বয় নীৰজ চোপ্ৰাই

বিশ্ব এথলেটিকছত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক অৰ্জন। আমেৰিকাৰ য়ুজিনত অনুষ্ঠিত হোৱা বিশ্ব গ’ল্ডেন বয় নীৰজ চোপ্ৰাই এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত ৮৮.১৩ মিটাৰ জেভলিন থ্ৰ’ কৰি নীৰজে আঁজুৰি আনিলে ৰূপৰ পদক। ১৯ বছৰৰ পিছত বিশ্ব এথলেটিকছত ভাৰতৰ পদক। অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপতপদক জয় কৰি পুনৰ গঢ়িলে এক অভিলেখ। বিশ্ব এথলেটিকছত পদ জয় কৰা প্ৰথম ভাৰতীয় পুৰুষত পৰিণত হ’ল চোপ্ৰা।ফাইনেলত সৰ্বাধিক দূৰত্ব অৰ্জনৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয় নীৰজ চোপ্ৰাই।কিন্তু পৰৱৰ্তী সময়ত সুন্দৰভাৱে প্ৰত্যাৱৰ্তন কৰি দ্বিতীয় প্ৰচেষ্টাত ৮২.৩৯, তৃতীয় প্ৰয়াসত ৮৬.৩৭ আৰু চতুৰ্থ বাৰত ৮৮.১৩ মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াইৰূপৰ পদক অৰ্জন কৰে।তৃতীয় প্ৰয়াসত ৮৬.৩৭ আৰু চতুৰ্থ বাৰত ৮৮.১৩ মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই ৰূপৰ পদক অৰ্জন কৰে।

Sports Desk, NE India news

LEAVE A REPLY

Please enter your comment!
Please enter your name here