পুনঃ যৌতুকৰ বলি ভাৰতীয় নাৰী

0
741

 

পুনঃ যৌতুকৰ বলি ভাৰতীয় নাৰী

National desk NE India যৌতুকৰ ব্যাধিয়ে গ্ৰাসিত কৰিছে ভাৰতীয় সমাজক। তাৰেই পুনঃ পুনৰাবৃওি ঘটিলে দেশৰ ৰাজধানী মহানগৰিত। এইবাৰ এই ঘটনা সংঘটিত হয় দিল্লীৰ পঞ্চমছীল পাৰ্কস্থানত, যৌতুকৰ বলি হৈ আত্মহত্যা কৰে ৩৯ বছৰীয়া এয়াৰ হোষ্টেছ অনিছিয়া বট্ৰাই। অনিছিয়াৰ পৰিয়ালৰ মতে দীৰ্ঘদিন ধৰি অনিছিয়াৰ স্বামী মায়ংক সিংভি আৰু তেওঁৰ পৰিয়ালে এয়াৰ হোষ্টেছ গৰাকীৰ ওপৰত যৌতুকৰ বাবে অত্যাচাৰ চলাই আহিছিল। উল্লেখযোগ্য যে অনিছিয়াই নিজ বাসগৃহৰ ছাদৰ পৰা জঁপিয়াৰ সময়ত ঘৰতে আছিল স্বামী সিংভি। সেয়েহে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে সিংভিৰ লগতে সিংভি পৰিয়াল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here