পিছুৱাই দিয়া হ’ল PST/PET পৰীক্ষা
প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হ’ল অসম আৰক্ষী উপ- পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হ’ব লগীয়া PST/PET পৰীক্ষা । DGP ভাস্কৰজ্যোতি মহন্তই টুইটাৰযোগে এই কথা জানিবলৈ দিয়ে । কমেও এসপ্তাহলৈ পিছুওৱাৰ সিদ্ধান্ত লোৱাৰ লগতে এই পদৰ বাবে কাট অফ মার্কৰ তালিকা পৰৱর্তী সময়ত প্ৰকাশ কৰা হ’ব বুলি টুইটাৰ যোগে সদৰী কৰে DGP ভাস্কৰজ্যোতি মহন্তই।
News Desk, Ne India News