Saturday, April 1, 2023
HomeAssameseপাৰস্পৰিক সহযোগিতাৰ উদ্দেশ্যে অসম আৰু ত্ৰিপুৰা মুখ্যমন্ত্রীৰ বৈঠক

পাৰস্পৰিক সহযোগিতাৰ উদ্দেশ্যে অসম আৰু ত্ৰিপুৰা মুখ্যমন্ত্রীৰ বৈঠক

পাৰস্পৰিক সহযোগিতাৰ উদ্দেশ্যে অসম আৰু ত্ৰিপুৰা মুখ্যমন্ত্রীৰ বৈঠক

দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আগৰতলাত ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মানিক সাহাক সাক্ষাৎ কৰে। উক্ত সাক্ষাৎকাৰ যোগে সামগ্ৰিক বিকাশ আৰু সামগ্ৰিক প্ৰগতি নিশ্চিত কৰাৰ বাবে দুয়োখন ৰাজ্যৰ মাজত সম্পৰ্ক আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্রীদ্বয় আশাবাদী।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments