পাথাৰকান্দিত পথ দুৰ্ঘটনা : নিহত এজন
কৰিমগঞ্জৰ পাথাৰকান্দিত সংঘটিত হল পথ দুৰ্ঘটনা ।অচিনাক্ত গাড়ীৰ খুন্দাত মৃত্যু হোৱা বুলি সন্দেহ কৰিছে এজন বহি ৰাজ্য ব্যক্তি।লোক জনৰ পৰা পোৱা আধাৰ কাৰ্ডত তেওঁৰ নাম বাহাদুৰ কীশান বুলি সন্নিবিষ্ট আছে ।পাথাৰকান্দিৰ অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে গুৰুতৰ ভাৱে আহত অৱস্থাত উদ্ধাৰ ব্যক্তিজন ।পথচাৰি সকলে পাথাৰকান্দি হাস্পাতালত অনা হৈছিল যদিওন কিছু সময়ৰ পিছত ব্যক্তিজনৰ মৃত্যু হয় ।
পাথাৰকান্দি,তপন কুমাৰ ৰয়,Ne India