পাথাৰকান্দিত জব্দ অবৈধ চেগুনৰ কুন্দা কঢ়িওৱা  বলেৰো পিক আপ বাহন

0
88

পাথাৰকান্দিত জব্দ অবৈধ চেগুনৰ কুন্দা কঢ়িওৱা  বলেৰো পিক আপ বাহন

পাথাৰকান্দিত বন বিভাগৰ অভিযানত জব্দ অবৈধ চেগুনৰ কুন্দা কঢ়িওৱা  বলেৰো পিক আপ বাহন । লগতে আটক হৈছে বলেৰো খনৰ চালক বিলাল আহমেদ । MZ 05 A 0021 নম্বৰৰ বলেৰো পিক আপ বাহনৰ পৰা জব্দ হোৱা চেগুন কাঠৰ মুল্য হব প্ৰায়  এক লাখ টকা । বিলবাৰী বিটৰ অন্তৰ্গত ফুলকান্দি এলেকাৰ পৰা জব্দ হোৱা চেগুনৰ কুন্দা মুলত পাথাৰীয়া বনাঞ্চলৰ পৰা বনমাফীয়াই কাটি আনিছে বুলি সন্দেহ কৰা হৈছে ।

https://youtu.be/p962MyaA6ws

পাথাৰকান্দি,তপন কুমাৰ ৰয়,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here