পাক সেনাৰ গুলীত নিহত হল ভাৰতীয় সেনা জোৱান

0
81

 

পাক সেনাৰ গুলীত নিহত হল ভাৰতীয় সেনা জোৱান

জম্মু-কাশ্মীৰত অব্যাহত আছে পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন। পুঞ্চ চেক্টৰত পাক সেনাৰ গুলীত নিহত হয় ১গৰাকী ভাৰতীয় সেনা জোৱান। ভাৰতীয় সেনাইও দিয়ে উচিত প্ৰত্যুত্তৰ। বুধবাৰেও পাক সেনাৰ গুলীত এগৰাকী সাধাৰণ লোকৰ মৃত্যু হৈছিল।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here