পাকিস্থানত ভয়ংকৰ বিমান দুৰ্ঘটনা 

0
67

পাকিস্থানত ভয়ংকৰ বিমান দুৰ্ঘটনা 

পাকিস্থান ইন্টাৰনেচনেল এয়াৰলাইনছৰ বিমান দুৰ্ঘটনা গ্ৰস্থ 
শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছে এই দুৰ্ঘটনা 
লাহোৰৰ পৰা কৰাচীলৈ গৈ আছিল বিমানখন ।
বিমানখনত আছিল ৯৮ গৰাকী যাত্ৰী । 
কৰাচী বিমান বন্দৰৰ নাতীদুৰৈত সংঘটিত হৈছে এই দুৰ্ঘটনা 
দুৰ্ঘটনাৰ কাৰণ যান্ত্ৰিক বিজুতি বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here