পাকিস্তানৰ মাদ্ৰাচাত ভয়ংকৰ বিস্ফোৰণ : নিহত ৭ জন

0
127

পাকিস্তানৰ মাদ্ৰাচাত ভয়ংকৰ বিস্ফোৰণ : নিহত ৭ জন

মঙলবাৰে পাকিস্তানৰ পেচাৱাৰ চহৰত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ । ডিৰ ক’লনিৰ এটা মাদ্ৰাচাত এই বিস্ফোৰণ সংঘটিত হয়।
বিস্ফোৰনটিত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে ৭০ জন লোক আঘাতপ্ৰাপ্ত হয় । বিস্ফোৰণৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইফালে, আৰক্ষী আৰু উদ্ধাৰকাৰীৰ দল বিস্ফোৰন স্থলীত উপস্থিত হয়।হতাহতিৰ অধিক সংখ্যক
হল শিশু ।
পাকিস্তানৰ সংবাদ মাধমত প্ৰকাশিত বাতৰি মতে, গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত সকলক লেডী ৰিডিং হস্পিটেলত ভতি কৰা হয় ।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here