পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ ! প্ৰাণ গ’ল ১৪ জনৰ

0
101

পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ ! প্ৰাণ গ’ল ১৪ জনৰ

পাকিস্তানৰ বেলুচিস্তানত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ গ’ল ৭ পাকিস্তানী সেনাসহ ১৪জনৰ। তেল আৰু গেচ কমচাৰী সহ ৭জন সেনাক হত্যা কৰে উগ্ৰপন্থীয়ে ।কৰাচীলৈ গৈ থকা অৱস্থাতে আক্ৰমণ কৰে দলটোৰ ওপৰত ।পাহাৰত সহবস্থান কৰি আছিল সন্ত্ৰাসবাদীৰ দলটোৱে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here