Tuesday, March 28, 2023
HomeAssameseপশ্চিম কামৰূপ উপ সংমন্দল প্ৰাধিকাৰি দিম্পী বৰাৰ নেতৃত্বত মৌ পালন প্ৰশিক্ষণ কেন্দ্র...

পশ্চিম কামৰূপ উপ সংমন্দল প্ৰাধিকাৰি দিম্পী বৰাৰ নেতৃত্বত মৌ পালন প্ৰশিক্ষণ কেন্দ্র মুকলি

দক্ষিণ কামৰূপৰ বামুনীগাওত পশ্চিম কামৰূপ উপ বন সংমণ্ডল প্ৰাধিকাৰি দিম্পী বৰাৰ নেতৃত্বত সাত দিনিয়া কৈ মৌ পালন প্ৰশিক্ষণ কেন্দ্র মুকলি । উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয় অধ্যাপক গনেশ শৰ্মা,
গগনদ্বীপ সিং,কোহলি বিষয়া ।
সদানন্দ , ফিল্ড এক্সিকিউটিভ NAFED, লোহাৰঘাট ৰেঞ্জাৰ, কুলশী ৰেঞ্জাৰকে ধৰি বহুটো গণ্য মান্য ব্যেক্তি। উল্লেখ যে এই প্ৰশিক্ষণৰ দ্বাৰা স্থানীয় লোকসকলে উপকৃত হব বুলি আশাবাদী।

মহিদুল ইছলাম, বকো ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments