পঞ্চায়ত সমন্বয়ক সন্থাৰ আন্দোলনৰ ঘোষণা

0
717

 

সদৌ অসম গাওঁ পঞ্চায়ত সমন্বয়ক সন্থাই এইবাৰ আন্দোলন ঘোষণা কৰিছে।অহা 15 ছেপ্টেম্বৰৰ পৰা সন্থাৰ অধীনৰ পঞ্চায়ত কৰ্মচাৰী সকলে কৰ্মবিৰতি ঘোষণা কৰিছে।ইতিমধ্যে সকলো জিলা সমিতিৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে।

https://youtu.be/2FlOe2840Rk?t=1

(আদিল শ্বাহ , নগাওঁ‌ Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here