Home Assamese পঞ্চম বাৰ্ষিক Assam Karate Du Championship 2022ৰ বিজয়ী খেলুৱৈ সকলক সম্বৰ্ধনা

পঞ্চম বাৰ্ষিক Assam Karate Du Championship 2022ৰ বিজয়ী খেলুৱৈ সকলক সম্বৰ্ধনা

223

পঞ্চম বাৰ্ষিক Assam Karate Du Championship 2022ৰ বিজয়ী খেলুৱৈ সকলক সম্বৰ্ধনা

যোৱা ইংৰাজী ২১ আগষ্ট তাৰিখে গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ ইনদৰ ষ্টুডিয়ামত স্পৰ্টছ কেৰাটে স্কুল অফ আচামৰ উদ্যোগত অনুষ্ঠিত হোৱা কম্বেট কেৰাটে দু একাডেমীৰ সমগ্ৰ তিনিচুকীয়া জিলাৰ লগতে বৰহাপজানলৈ সুনামৰ লগতে সোণ আৰু ব্ৰঞ্জ পদক কঢ়িয়াই অনা খেলুৱৈ সকলক শুক্ৰবাৰে বৰহাপজানস্থিত ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ত সম্বৰ্ধনা জনোৱা হয় ।

উক্ত সম্বৰ্ধনা অনুষ্ঠানটিত বৰহাপজান কম্বেট কেৰাটে দু একাডেমীৰ প্ৰশিক্ষক কেশৱ পাণ্ডে আৰু মেনকা ছেত্ৰী, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ স্বত্বাধিকাৰ জিন্টু বৰুৱা প্ৰমুখ্যে কৰি অঞ্চলটোৰ কেইবাগৰাকী দল সংগঠনৰ নেতৃবৃন্দৰ লগতে খেলুৱৈ সকলৰ অভিভাৱক সকল উপস্থিত থাকে।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here