নৰ্থ ইষ্ট মিষ্টাৰ এণ্ড মিছ ষ্টাইল আইকণ ২০২২ ৰ অনুশীলন

8

নৰ্থ ইষ্ট মিষ্টাৰ এণ্ড মিছ ষ্টাইল আইকণ ২০২২ ৰ অনুশীলন

ফ্লোচম মেগা এন্টাৰটেইমেন্ট উদ্যোগত, অহা ইংৰাজী ২৫ জুলাই তাৰিখে তিনিচুকীয়া গোপাল চন্দ্ৰ ৰবি চন্দ্ৰ নাট্য মন্দিৰত অনুষ্ঠিত হব লগীয়া
নৰ্থ ইষ্ট মিষ্টাৰ এণ্ড মিছ ষ্টাইল আইকণ ২০২২ চূড়ান্ত প্ৰতিযোগিতা খনিৰ বাবে দেওবাৰে মাকুম যোগল কিশোৰ কেষাণ স্মৃতি ভৱন আৰু বনমালী ভৱনত তিনিচুকীয়া জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মিষ্টাৰ এণ্ড মিছ,টিন এজ্জ আৰু কিডৰ প্ৰতিযোগী সকলে অনুশীলন খনিত অংশ গ্ৰহণ কৰে। লগতে অহা কালিলৈ অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতা খনিৰ বাবে উদ্যোত্তা সমিতিৰ শিৱা দাসে ৰাইজৰ সহায় সহযোগিতা কামনা কৰাৰ লগতে অনুষ্ঠান খনিত অংশ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here