নৌ সেনা বিভাগত পদ খালী
ভাৰতীয় নৌ সেনা বিভাগত পদ খালী। নিযুক্তিৰ বাবে আৱেদন বিচৰা হৈছে।
পদৰ নাম- কমিচনাৰ অফিচাৰ
পদৰ সংখ্যা- ১৭৪
শিক্ষাগত অৰ্হতা- বি.টেক/বি.ই, বি.এচচি, বি.কম, এম.এচচি, এম.কম, এম.চিএ, এম.বিএ/ পিজিডিএম, এম.ই, এম.টেক
আৱেদনৰ তাৰিখ- ১৫/১১/২০১৯
আৱেদনৰ অন্তিম তাৰিখ- ১৯/১২/২০১৯
নিযুক্তি স্থান- কন্নুৰ
অধিক জানিবলৈ যোগাযোগ কৰক ভাৰতীয় নৌ সেনাৰ ৱেবচাইটত।