নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছে টাইকোৱানডো ৰেফাৰী প্ৰশিক্ষণ শিবিৰ

13

নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছে টাইকোৱানডো ৰেফাৰী প্ৰশিক্ষণ শিবিৰ

আজিৰে পৰা অৰ্থাৎ ২৮ জুনৰ পৰা ৩০ জুনলৈ তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ১৮ বছৰ উৰ্দ্ধৰ New rules kyorugi world taekwondo referee training competition । গুৱাহাটী নেহৰু ষ্টেডিয়ামত All Assam taekwondo association-ৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ taekwondo খেলুৱৈ উপস্থিত থাকে। উল্লেখনীয় বিষয় যে বৰ্তমান ৰাজ্যৰ যি প্ৰতিকূল বান পৰিস্থিতি, তাক নেওচি খেলুৱৈসকলে উক্ত অনুষ্ঠানৰ বাবে গুৱাহাটী নেহৰু ষ্টেডিয়ামত উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here