নেপালত ভয়ংকৰ ভূমিস্খলন ! নিহত তিনিজন

0
235

নেপালত ভয়ংকৰ ভূমিস্খলন ! নিহত তিনিজন

দেওবাৰে নেপালত সংঘটিত হল ভয়ংকৰ ভূমিস্খলন।নেপালৰ সিন্ধুপালচ’ক জিলাত দেওবাৰে সংঘটিত ভয়ানক ভূমিস্খলনটোত ৩ জন লোক মৃত্যু হোৱাৰ লগতে ২৪ গৰাকীৰো অধিক লোক সন্ধানহীন হৈ আছে।
উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠানে।এই ভূমিস্খলনত ৯ টা গৃহ ক্ষতিগ্ৰস্ত হৈছে।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here