নৃত্যত মগন এহাল নাগ-নাগিন

11

নৃত্যত মগন এহাল নাগ-নাগিন

চিনেমা আৰু TV চেৰিয়েলবোৰৰ ৰিল লাইফত সচৰাচৰ দেখিবলৈ পাই থকা নাগ- নাগিনৰ দৃশ্য এইবাৰ ৰিয়েল লাইফত দেখিবলৈ পোৱা গ’ল তিনিচুকীয়াৰ মাকুমত। এই মনোৰম দৃশ্য তিনিচুকীয়া জিলাৰ মাকুমৰ G.B.C. স্কুলৰ সন্মুখৰ বাসিন্দা হীৰা পালৰ ঘৰত দেখিবলৈ পোৱা গ’ল। মঙ্গলবাৰে পুৱা হীৰা পালৰ ঘৰৰ বাৰান্দাত আনন্দমনে নৃত্য মগন হোৱা দেখা গ’ল এহাল নাগ-নাগিনক। এই দৃশ্য চাবলৈ হীৰা পালৰ ঘৰত সমবেত হ’য় স্থানীয় ৰাইজৰ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here