নুনমাটি অসম জাতীয় বিদ্যালয়ত চাকৰি লাভৰ সুযোগ
নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে
পদৰ নাম: শিক্ষক/শিক্ষয়ত্ৰী -অসমীয়া, ৰসায়ন বিজ্ঞান/ কলা শাখাৰ স্নাতকোত্তৰ আৰু বিএড ডিগ্ৰীধাৰী হ’ব লাগিব।
উৰ্ধতম বয়স: ৪০
আবেদনৰ অন্তিম তাৰিখ: ১০ জানুৱাৰী,২০২০
নিযুক্তিৰ স্থান: নুনমাটি, অসম জাতীয় বিদ্যালয়, গুৱাহাটী ৭৮১০২০
অধিক জানিবলৈ যোগাযোগ কৰক বিদ্যালয়ৰ ৱেবছাইট www.assamjatiyabidyalay.com
News desk NE India