Thursday, March 30, 2023
HomeAssameseনীতি আয়োগৰ সপ্তম পৰিচালনা পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী

নীতি আয়োগৰ সপ্তম পৰিচালনা পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী

নীতি আয়োগৰ সপ্তম পৰিচালনা পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী

ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হৈ থকা নীতি আয়োগৰ সপ্তম পৰিচালনা পৰিষদৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উক্ত বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি, শিক্ষা আৰু অৰ্থনীতি সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত বক্তব্য প্রদান কৰে। প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গভৰ্ণৰ, কেন্দ্ৰীয় মন্ত্ৰী, সদস্য আৰু নীতি আয়োগৰ উপ-সভাপতিসকল উপস্থিত থাকে।উল্লেখযোগ্য যে এই বৈঠকখন ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments