শুকুৰবাৰে নিশা মাকুম পথত এক ভায়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ এজন পথচাৰী থিতাতে নিহত হয়, মৃত ব্যক্তি জনৰ পৰিচয় এতিয়া লৈকে লাভ কৰা হোৱা নাই। অচিনাক্ত বাহনৰ খুণ্ডাত নিহত এজন লোক, উল্লেখযোগ্য যে গাড়ীয়ে খুন্দা মাৰি ব্যক্তি জনক চুচৰাই নিয়াৰ সন্দেহ স্থানীয় লোকৰ।
উক্ত স্থানত আৰক্ষী উপস্থিত হৈ মৃত দেহটো মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News