নিবনুৱা সকললৈ সুখবৰ!

0
518

নিবনুৱা সকললৈ সুখবৰ!

NEWS DESK: দেশৰ নিবনুৱা সকললৈ সুখবৰ। বিশেষকৈ যিসকলে ভাৰতীয় সেনা ত ভৰ্তি হ’ব বিচাৰ তেওঁলোকলৈ আহিছে এক সুবৰ্ণ সুযোগ। কিয়নো ভাৰতীয় সেনাত ২০ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে।

ভাৰতীয় সেনাৰ” Havildar surveyor Automated cartographer” ( SAC) পদৰ বাবে ২০ টা  পদৰ বিজ্ঞান প্ৰকাশ পাইছে।

উক্ত পদৰ বাবে শিক্ষাগত অৰ্হতা: প্ৰাৰ্থী সকলে স্নাতক পৰ্যায় উত্তীৰ্ণ হব লাগিব। ইয়াৰ লগতে গণিত বিষয় থাকিব লাগিব। তদুপৰি প্ৰাৰ্থী গৰাকী উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান শাখাৰ হব লাগিব।

লিখিত পৰীক্ষাৰ দ্বাৰা প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। যিটো ২৩ ফেব্ৰুৱাৰীত ২০২০ ত অনুষ্ঠিত হ’ব।

অনলাইন আবেদন আৰম্ভ হৈছে ১ অক্টোবৰৰ পৰা।
আবেদনৰ শেষ সময়সীমা ৩০ অক্টোবৰ।

অধিক জানিবলৈ বিভাগীয় ৱেবচাইট চাব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here