নিবনুৱাৰ বাবে সুখবৰ ! গুগলে  দিব চাকৰিৰ সন্ধান

0
219

নিবনুৱাৰ বাবে সুখবৰ ! গুগলে  দিব চাকৰিৰ সন্ধান

লকডাউনৰ ফলত বহুতে  হেৰুৱাইছে নিজৰ কৰ্মসংস্থান।তেনে সময়তে Googleএ চাকৰিৰ সন্ধান দিবলৈ মুকলি কৰিছে চাকৰিৰ সন্ধানৰ এপ ।ভাৰতত চাকৰি প্ৰত্যাশীৰ বাবে আৰম্ভ কৰিব খোজা Googleএ এই এপটো আমেৰিকান সংস্থা মাইক্ৰ’ছফটৰ লিঙ্কডইন(LinkedIn) বা ভাৰতীয় সংস্থা নকড়ীৰ(Naukri) দৰেই কাম কৰিব।
এই এপটোত ইউজাৰে নিজৰ এটা প্ৰফাইল খুলিব লাগিব আৰু তাত ইউজাৰে নিজৰ প্ৰয়োজনীয় সমস্ত তথ্য দিয়াৰ লগতে এখন CVয়ো আপলোড কৰিব লাগিব। ইয়াৰ বাবে এপছটোত বিষেশভাৱে ডিজিটেল CV তৈয়াৰ কৰিব লাগিব।
 ২০১৮ চনতে  Googleএ বাংলাদেশ আৰু ২০১৯ত ইন্দোনেছিয়াত ‘কৰ্ম জবছ’ আৰম্ভ কৰিছিল।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here