নাগালেণ্ডত ক’ৰনা আক্ৰান্তৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি 

0
109

নাগালেণ্ডত ক’ৰনা আক্ৰান্তৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি 

নাগালেণ্ডতো ক’ৰনা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে।
ৰাজ্যখনত নতুনকৈ ক’ৰনা আক্ৰান্ত হৈছে  ১১ গৰাকী লোক।
ক’ৰ’না আক্ৰান্ত ১১ গৰাকী লোকৰ আটাইকেইগৰাকীয়ে অলপতে চেন্নাইৰ পৰা নাগালেণ্ডলৈ উভতি আহিছিল বুলি নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এছ পাংগয়ু ফ’মে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।
ইয়াকে লৈ নাগালেণ্ডত ক’ৰনা আক্ৰান্তৰ সংখ্যা ৩৬ গৰাকীলৈ বৃদ্ধি পায়।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here