নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

0
70

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন কৰে ,তেও সংবাদমেলত কয় যে ,

পঞ্চম শ্ৰেণীলৈকে বাধ্যতামূলক হব মাতৃভাষা

দ্বাদশ শ্ৰেণীৰ লৈকে বাধ্যমূলক হব শিক্ষানীতি।

২০৩০চনৰ লৈকে অসমৰ সকলো মহবিদ্যালয়ত হব স্বায়ত্তশাসিত।

১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা।৩১ আগষ্টৰ ভিতৰত শিক্ষক-কৰ্মচাৰীসকলে কৰিব লাগিব বাধ্যতামূলক কোৰোনা টেষ্ট।

চতুৰ্থ শ্ৰেণীৰ লৈকে ছেপ্তেম্বৰ মাহটোত বন্ধ থাকিব।
পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীৰ শ্ৰেণীৰ লৈকে শ্ৰেণীকোঠাত নহয়, মুকলি আকাশৰ তলত হব শিক্ষাদান।
ঘৰৰ পৰা বিদ্যালয় দূৰ হলে নিকৰ্টৱতী যিকোনো শিক্ষানুষ্ঠানে পাঠদান গ্ৰহণ কৰিব পাৰিব।চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত এই নীতি ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে।

নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান হব শ্ৰেণীকোঠাতে।
এটা কোঠাত বহিব নোৱাৰিব ১৫জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী।
দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ৪দিনকৈ হব বিদ্যালয়তে।

অসমৰ ১৬খন কলেজ বিজ্ঞান শাখাত অন্তভূৰ্ক্তি হব।
১৫আগষ্টৰ ভিতৰত ১৯৭খন হাইস্কুল প্ৰাদেশীকৰণ কৰা হব।
প্ৰাদেশীকৰণৰ পথত মুঠ ৩৫৫খন শিক্ষানুষ্ঠান।ইয়াৰ ভিতৰত আছে ১৪৯খন কনিষ্ঠ মহাবিদ্যালয়ো।

প্ৰতিখন বিদ্যালয়ত ১কোটি ১৯লাখ টকা অনুমোদন চৰকাৰৰ।
News Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here