নতুন সংসদত স্থাপিত ৰাষ্ট্ৰীয় প্ৰতীকৰ বিৰুদ্ধে SC ত আবেদন

11

নতুন সংসদত স্থাপিত ৰাষ্ট্ৰীয় প্ৰতীকৰ বিৰুদ্ধে SC ত আবেদন

নতুন সংসদ ভৱনৰ ওপৰত নতুনকৈ স্থাপিত ৰাষ্ট্ৰীয় প্ৰতীকৰ কলাকুশলীৰ বিৰুদ্ধে অভিযোগ উত্থাপন দুগৰাকী অধিবক্তাৰ ।অধিবক্তা আলদানিশ ৰেইন আৰু ৰমেশ কুমাৰ মিশ্ৰই উচ্চতম ন্যায়ালয়ত আবেদন জনাই , অভিযোগ উত্থাপন কৰিছে যে নতুন সংসদ ভৱনত স্থাপিত অশোক স্তম্ভত চিত্ৰিত সিংহবোৰ “হিংস্ৰ আৰু আক্ৰমণাত্মক” যেন পৰিলক্ষিত হৈছে । আৰু সিংহ চাৰিটাৰ মুখ খোলা আৰু দাঁত দৃশ্যমান। আবেদনখনত দাবী কৰা হৈছে যে ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নৰ সিংহ চাৰিটাক ভয়ংকৰ আৰু আক্ৰমণাত্মক ভঙ্গীত নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় প্ৰতীকক বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে।ইয়াৰ নক্সাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰতীক আইন উলংঘা কৰা হৈছে।

National Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here