Home Assamese নগাৱঁ‌ত অব্যাহত আছে বানৰ তাণ্ডৱ

নগাৱঁ‌ত অব্যাহত আছে বানৰ তাণ্ডৱ

88

নগাওঁ‌ত বৰ্তমানেও অব্যাহত আছে বানৰ তাণ্ডৱ । বিগত তিনি চাৰিদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰ্তমানেও বহু অঞ্চল পানীৰ তলত । বাঢ়নী পানীয়ে বুৰাই পেলাইছে বাট পথ , ঘৰ দুৱাৰ । আশ্ৰয়স্থলৰ অভাৱত বিনিদ্ৰা ৰজনী কটাইছে দক্ষিণপাট অঞ্চলৰ গাওঁ‌বাসী ।

অংগণবাদী কেন্দ্ৰ , স্কুলঘৰত আশ্ৰয় গ্ৰহণ কৰি থকা বন্যাৰ্তৰ খবৰ আহৰি নাই জনপ্ৰতিনিধিৰ । যোগান ধৰা নাই খাদ্য সামগ্ৰী , চিকিৎসা সাহাৰ্য্য । ইয়াকে লৈ তীব্ৰ ক্ষোভ উজাৰিছে গাওঁ‌বাসীয়ে ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here